Breaking

ভঙাগড়ৰ হোটেল ভগবানত উদ্ধাৰ হ’ল CID বিষয়াৰ মৃতদেহ‌

0 69

মে মাহৰ পৰাই হোটেল খনৰ এটা বিশেষ কোঠাত আছিল মৃত CID বিষয়াজন।

০৪-০৫-২০২২ত অৰ্থাৎ মে মাহত নিজৰ বাবে লৈছিল কোঠাটো।

মৃত CID বিষয়াজন নিৰ্মল ভূঞা।

CID ৰ ASI হিচাপে কর্মৰত আছিল নিৰ্মল ভূঞা।

মৃত নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত।

মৃত্যুৰ কাৰণ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই।

Leave A Reply