শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…

শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ মূৰত আঘাত কৰে শিক্ষক ধনঞ্জয়ে। জ্ঞান হেৰুৱাই মাটিত ঢলি পৰে ছাত্ৰীগৰাকী।

ঘটনাৰ পাছতেই অভিভাৱক, স্থানীয় ৰাইজে ঘেৰাও কৰে শিক্ষকজনক।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত শিক্ষকজনক।

Related Articles