Breaking

নাজিৰা আদৰ্শ বিদ্যা ভৱনত অভিনন্দন অনুস্থান

0 1,131

আজি নাজিৰাৰ ONGC আৱাশিক এলেকাত থকা একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয় , নাজিৰা আদৰ্শ বিদ্যা ভৱনত ২০২১-২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত সভাপতিত্ব কৰে অজিত খাটনীয়াৰে।

উপস্থিত থাকে বৰ্তমানৰ অধ্যক্ষ ধীৰেণ চেতিয়া। প্ৰাক্তন অধ্যক্ষ ৰামদেৱ গোস্বামী, অভিভাৱক তথা পৰিচালনা সমিতিৰ সদস্য ড° বসন্ত খাউণ্ড , উপাধক্ষ্য ৰাকেশ দাস সহিতে কৃতি ছাত্ৰ- ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰী বৃন্দ।

Leave A Reply