Breaking

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লাহৰীঘাট ৰাজহ চক্ৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

0 2,025

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত   কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী মুক্তিৰ দাবী লাহৰীঘাট কংগ্ৰেছৰ প্ৰতিবাদ । স্হানীয়া বিধায়ক ডা: আছিফ নাজাৰৰ  নেতৃত্বত হাযে হাতে প্লে- কাৰ্ড লৈ লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৮ গৰাকীকৈ স্বহীদ কৃষকৰ খবৰ ল’বলৈ যোবাৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰত যোগীৰ পুলিছ বাহিনীয়ে প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা ঘটনা দুৰ্ভাগ্যজন । গান্ধীৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে বিধায়ক আছিফে বিজেপি চৰকাৰে ৰাজতন্ত্ৰ শাসন চলোবা বুলি অভিযোগ কৰে । 

Leave A Reply