May 18, 2020 অসম সচিবালয়ত কৰোনাক্ৰান্ত ! Share FacebookTwitterWhatsAppTelegramKooEmail দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসম সচিবালয়ত কৰ্মৰত খগেন শইকীয়া নামৰ ব্যক্তি এজনৰ শৰীৰত অতিমাত্ৰা উত্তাপ ধৰা পৰে । উত্তাপ ধৰা পৰা মাত্ৰকে তেখেতক কৰোণাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ততাতৈয়াকৈ আৰক্ষী আৰু চিকিৎসাকৰ্মীয়ে চিকিৎসাকেন্দ্ৰলৈ প্ৰেৰণ কৰে ।। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026