Breaking

জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ ‘UNDERTOW’ লৈ দেশৰ সন্মানীয় AUTHOR -2021 বঁটা

0 2,049

অসমৰ লেখক সমাজলৈ আহিছে এটি আনন্দৰ খবৰ।বেংগলুৰু নিবাসী অসমীয়া জাহ্নৱী বৰুৱাই ইংৰাজী ভাষাত নিজৰ সৃষ্টিৰে ৰাষ্ট্ৰীয় স্তৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ সন্মানীয় The Author Award-2021 ৰ ফিকচন শাখাৰ শ্ৰেষ্ঠতাৰ বঁটাৰ কঢ়িয়াই আনিছে জাহ্নৱী বৰুৱাৰ ‘UNDERTOW’ নামৰ গ্ৰন্থখনে। এই বঁটাৰে ভাৰতীয় লেখিকা সকলৰ সৃষ্টি কৰ্মক উদযাপন কৰাৰ লগতে স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰৱৰ্তিত হৈছে ।

Jahnavi Baruah
Leave A Reply