Breaking

নলবাৰী জাপাৰকুছিৰ ছাত্ৰীৰ ৭৮ হাজাৰ টকা লুট চাইবাৰ অপৰাধীৰ…

0 107

নলবাৰী চহৰৰ সমীপত থকা জাপাৰকুছি গাওঁৰ শিক্ষক ব্ৰজেন বৰ্মন আৰু শিক্ষয়িত্ৰী ইনালী দত্তৰ জ্যেষ্ঠ কন্যা বিদিশা বৰ্মন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এচ ৰ তৃতীয় বৰ্ষত অধ্যায়ণৰত। ছাত্ৰী গৰাকীয়ে ২০২০/২১ বৰ্ষৰ জলপানীৰ বাবে ধন ৭৮ হাজাৰ লাভ কৰিছিল ।

কিন্তু আশ্বৰ্যজনকভাৱে ছাত্ৰী গৰাকীয়ে জানিবলৈ পালে যে ছাত্ৰী গৰাকীৰ নামত অহা জলপানীৰ ৭৮ হাজাৰ টকা ছাত্ৰী গৰাকীৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি দুষ্ট চক্ৰই ইতিমধ্যে আন এটা একাউণ্ট নম্বৰলৈ ধন খিনি লৈ গৈছে । ঘটনাৰ কথা অৱগত হৈ ছাত্ৰী গৰাকীৰ অভিভাৱকে জলপানীৰ ধন প্ৰদান কৰা বিভাগীয় কৰ্তৃপক্ষক জনাই যদিও কোনো সহাৰী লাভ নকৰিলে ।

অৱশেষত উপায়ন্তৰ হৈ নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন আবেদন লিখি ছাত্ৰী গৰাকীক সহায় কৰিবলৈ কোৱাৰ লগতে উক্ত ধন হৰলুকিৰ লগত জড়িত চাইবাৰ অপৰাধীক উচিত ব্যৱস্থা লবলৈ আহ্বান জনাই ছাত্ৰী গৰাকীয়ে

Leave A Reply