গোলাঘাট জিলা ফুটবল সন্থা আৰু ঔগুৰি ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত ঔগুৰি খেলপথাৰত গোলাঘাট সংস্কৰণৰ দূৰ্লভ গগৈ সোৱৰণী সদৌ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বাঘজান তৈলখাদৰ অগ্নিকাণ্ড মৃত্যু বৰণ কৰা ৰাষ্ট্ৰীয় খেলুৱৈ দূৰ্লভ গগৈ সোঁৱৰণত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ৩০ টা দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ চুড়ান্ত খেলত নাহৰকটীয়া ফুটবল একাডেমিয়ে ডিফু হিলচ্ ইউনাইটেডক ট্ৰাইবেকাৰত পৰাস্ত কৰে । চুড়ান্ত খেল খনৰ পূৰ্বে অসমৰ ফুটবল জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তি , ঔগুৰি অঞ্চলৰ সমাজকৰ্মী , ক্ৰীড়া লগত জড়িত সংগঠক তথা খেল পৰিচালক , প্ৰশিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা