Breaking

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি…

0 25

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত শোকাৱহ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত শিশুসহ ২৭ গৰাকী লোকৰ মৃত্যু। ঘটনা সন্দৰ্ভত গেম জ’নটোৰ গৰাকীসহ ৩ জনক গ্ৰেপ্তাৰ।

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি। ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাজকোটৰ ঘটনা অত্যন্ত বেদনাদায়ক আখ্যা প্ৰধানমন্ত্ৰীগৰাকীৰ।উদ্ধাৰ অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলক।

Leave A Reply