Breaking

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিনৰ শুনানি…

0 15

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ শুনানি৷

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠত হ’ব শুনানি৷

সুৰানীতি কেলেংকাৰিৰ গোচৰত সম্প্ৰতি তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে কেজৰিৱাল৷

Leave A Reply