বৰপেটাৰ চহৰৰ গাতে লাগি থকা বামুনা গাঁওৰ উপ পশু চিকিৎসালয়খনৰ বিধ্বস্ত ৰূপ। জানিবপৰা মতে ৯০ দশকত স্থাপিত এই চিকিৎসালয়ত বৰ্তমান কোনো পশু চিকিৎসক নাই । বিগত প্রায় ১৬ বছৰ ধৰি বন্ধ হৈ আছে এই চিকিৎসালয়। এই চিকিৎসালয়খন মাথো শিয়াল কুকুৰেহে বাস কৰে। এটা সময়ত চাৰি পাঁচখন গাওঁৰ লোকে এই চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ আহিছিল পশুধন। এতিয়া ৪ কিলোমিটাৰ আঁতৰত থকা বৰপেটা পশু চিকিৎসালয় লৈ আনিব লগা হয় চিকিৎসাৰ বাবে । এই এই অঞ্চলৰ লোকে খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা হেতুকে পৰিবহণ ব্যয় কৰিবলৈ অসমৰ্থ । যিবোৰ পশু চিকিৎসাৰ বাবে নিয়া হয় সেইবোৰ আধা বাটতে মৃত্যু হয়। ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৰাইজে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত চৰকাৰলৈ ৰাইজৰ অনুৰোধ এই পশু চিকিৎসালয়খন পুনৰনিৰ্মাণ কৰি চিকিৎসকসহ উপলব্ধ কৰে। পশুধনৰ বেমাৰত যাতে মৃত্যু নহয় তাৰবাবে ৰাইজৰ কাতৰ অনুৰোধ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…