Breaking

হোজাইত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

0 1,240

হোজাই, ২০ ডিচেম্বৰঃ হোজাই বিদ্যানগৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। বিদ্যানগৰৰ বিশ্বজিৎ বিশ্বাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। ঘৰৰ গৰাকী বাহিৰৰ অন্য ঠাইত থকা সময়ত অগ্নিকাণ্ডৰ সংঘটিত হয়, অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় বাসগৃহ। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সা-সম্পত্তি বিনষ্ট হোৱা বুলি গৃহস্থ জনে প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্ধেহ প্ৰকাশ কৰে।

Leave A Reply