Breaking

বিশ্ব যুৱ ভাৰোত্তোলনত সোণৰ পদক লাভ ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালীৰ…

0 62

বিশ্ব যুৱ ভাৰোত্তোলনত অসমৰ বাবে ইতিহাস ৰচিলে বেদব্ৰত ভৰালীয়ে।

বিশ্ব যুৱ ভাৰোত্তোলনত সোণৰ পদক লাভ ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালীৰ।

পেৰুৰ ৰাজধানী লিমাত চলি থকা বিশ্ৱ যুৱ ভাৰোত্তোলনত অসমৰ বেদব্ৰত ভৰালীয়ে ৭৩ কেজি শাখাত সোণৰ পদক লাভ কৰিছে।

ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ সন্তান বেদব্ৰতই স্নেচত ১৩৬ আৰু ক্লিন এন্ড জাৰ্কত ১৬০ কেজি উত্তোলন কৰিছিল।

Leave A Reply