Breaking

সৰুতে সমনীয়াৰ সৈতে বেতগুটি খাইছিল নে? আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ খোৱাৰ উপকাৰীতাৰ বিষয়ে…

0 64

আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ উপকাৰীতাৰ বিষয়ে। বতৰৰ ফল বেতগুটি বা বেতফল।বেতগুটিৰো আছে বহু গুণ। এই বেতগুটি খোৱাৰ বতৰ এতিয়া। এই বেতগুটি পুষ্টিকৰ আৰু সুস্বাদ যুক্ত।

বেতগুটিত থাকে প্ৰোটিন, পটাছিয়াম, কেলছিয়াম, ভিটামিন চি। বেতগুটি খোৱাৰ ফলত আমাৰ দাঁত মজবুত হয়। জিভাৰ ঘাহ ভাল হয়। শৰীৰৰ ফেট চৰ্বী কম কৰে। বয়সৰ চাপ নাইকিয়া হৈ ছাল নিমজ কৰে। শুক্ৰাণু বৃদ্ধি কৰে আৰু মূত্ৰাশয় ৰোগ নিৰাময় কৰে। গৰ্ভৱতী মহিলাৰ বাবেও বহু উপকাৰী বেতগুটি। এতিয়া বেতগুটি বা বেতফলৰ বতৰ গতিকে এই ফলবিধ পালেই খাবলৈ নাপাহৰিব।

Leave A Reply