Breaking

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ যুৱক দিপাংকৰ দত্ত…

0 27

তীৰ্থ ভ্ৰমণলৈ গৈ নিখোজ ধেমাজিৰ এজন যুৱক। পৰশুৰাম কুণ্ডৰ পানীত পৰি সন্ধানহীন ধেমাজিৰ মাটিখোলাৰ দিপাংকৰ দত্ত।

গাঁওখনৰ প্ৰায় ৪৫জনীয়া এটি দল গৈছিল পৰশুৰাম কুণ্ডলৈ। মাজনিশা যুৱকজনৰ অবিহনেই ধেমাজিলৈ ঘূৰি আহে লোকসকল।

আজি দিনৰ ১১ বজাৰ পৰা পৰশুৰাম কুণ্ডত অভিযান চলাব আৰক্ষীয়ে। নিশা ২ বজাত পৰশুৰাম কুণ্ডলৈ বুলি ৰাওনা দিপাংকৰ দত্তৰ পৰিয়াল।

Leave A Reply