Breaking

আপুনি চেনিৰ বিপৰীতে গুৰ খাই নেকি ! জানক এইয়া স্বাস্থ্যৰ বাবে উপকাৰ নে অপকাৰ…

0 82

মিঠা খাব মন গ’লেই মনত নানা প্রশ্ন উদয় হয় । কোনোৱে ভাবে, ছুগাৰ বাঢ়িব নেকি ‌? কোনোৰ ভয়, চেনি খালে ওজন বাঢ়ি যাব । চাহ, কফিৰ কাপত যদি চেনি বাদো দিয়া হয়, তৎস্বত্ত্বেও দৈনন্দিন বহু খাদ্যত চেনি থাকে । বিশেষকৈ উৎসৱৰ বতৰত কেক, পায়স, আইচক্রিম বা প্রিয় মিঠাইৰ মাধ্যমত নিতৌ কম-বেছি পৰিমাণে চেনি খোৱা হয় ।

আমাৰ দেশত চেনি কুঁহিয়াৰৰ পৰা চেনি প্ৰস্তুত কৰা হয় । সাধাৰণতে সেইটো কিন্তু খুব বেয়া নহয় । কিন্তু অধিক চেনি খালে ডায়েবেটিছ আৰু মেদবহুলতা সমস্যাত ভোগা ৰোগীৰ সমস্যা বাঢ়ি যাব পাৰে ।

সেয়ে এতি‌আ অনেকেই চেনিৰ বিকল্প হিচাপে গুড় বা মৌ খায় । ঘৰত কিবা মিঠা তৈয়াৰ কৰিব ল’লেও বহু সময়ত চেনি নে গুড়, কিহেৰে বনাব, তাক লৈ দ্বন্দ্ব আৰম্ভ হয় ।

Leave A Reply