Breaking

এলাহত আনাৰস নাখায় নেকি ? তেন্তে আজি জানক আনাৰসৰ মাজত লুকাই থকা গুণ…

0 145

১. ১০০ গ্রাম সতেজ আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি (ক্ষুদ্র কৃমি) মৰি যায়। কিন্তু খালি পেটত আনাৰসৰ ৰস দিয়ায়া উচিত নহয়।

  ২. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

 ৩. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।

 ৪. আনাৰসৰ ৰস দুশ গ্রাম খালে স্থূলত্ব কমায়, কাৰণ আনাৰসৰ ৰসে ফেট কমায়।

 ৫. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।

 ৬. আনাৰস গ্রহণৰ কাৰণে প্রস্রাবত বাধা সৃষ্টি নহয়।

 আনাৰস, জায়ফল, তেঁতেলি, ক’লা নিমখ আৰু জিৰা সম পৰিমাণে লৈ গুড়ি কৰি লওক। পুৱা আৰু গধূলি তিনি গ্রাম গুড়ি পানীত মিহলাই খালে ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

 ৭. জ্বৰতো আনাৰসৰ ৰ ৰস খোৱাটো খুব উপকাৰী।

 ৮. বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

৯. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

 ১০. আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰহ কৰিবলৈ কাম কৰে।

আমাৰ উদ্দেশ্য কেৱল আপোনাক তথ্য প্ৰদান কৰা ।

Leave A Reply