June 29, 2022 APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক Share FacebookTwitterWhatsAppTelegramKooEmail APSC নতুন অধ্যক্ষ ৰূপে নিযুক্ত ড° অজন্তা নাথ।জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপিকা । ড° অজন্তা নাথক ২০১৮ চনত অসম লোক সেৱা আয়োগৰ সদস্য হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। Author: দৈনন্দিন বাৰ্তা Related Articles Road accident: মঙলবাৰে চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে দৈনন্দিন বাৰ্তা - January 24, 2026 Sankor Jyoti Baruah: আজি বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই দৈনন্দিন বাৰ্তা - January 24, 2026 অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীৰ একাদশ বাৰ্ষিক আখৰা শিবিৰ মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠান দৈনন্দিন বাৰ্তা - January 23, 2026