October 29, 2023 সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ বাহন Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা। সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন। দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা। দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল আৰু মাংস। চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন। Author: দৈনন্দিন বাৰ্তা Related Articles নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম… দৈনন্দিন বাৰ্তা - May 5, 2026 অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ… দৈনন্দিন বাৰ্তা - May 5, 2026 যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী… দৈনন্দিন বাৰ্তা - May 5, 2026