Breaking

বানপানীৰ বাবে কামৰূপ জিলাৰ কেইবাঠাইত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে…

0 66

🛑বানপানীৰ বাবে কামৰূপ জিলাৰ কেবাঠাইত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে ।

🛑চটমা বাথান,চমুখা বজাৰ,মধুকুচি ,বৰলেচাকোনা আৰু খোপনিকুচি গাঁওত জাৰি কৰা হৈছে 144 ধাৰা ।

🛑অত্যাধিক বৰষুণৰ ফলত এই ঠাই কেইখনত পুঠিমাৰী,নোনা আৰু বৰলীয়া নদীৰ মথাউৰী ভাঙি যি কোনো মুহূৰ্তত হব পাৰে বিপদ ।

🛑এইকেইটা মথাউৰীৰ ওপৰত আৰু ইয়াৰ ওচৰে পাজৰে সাধাৰণ মানুহৰ চলা ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

Leave A Reply