অৰ্থনীতি

ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ যুগান্তকাৰী পদক্ষেপ

১৪ আগষ্টত ৰাজ্যত মুকলি হব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰভিডিঅ’ কনফাৰেন্সযোগে সকলো জিলাৰ উদ্বোধনী অনুষ্ঠানৰ বুজ ল’লে বিভাগীয় মন্ত্ৰী অজন্তা নেওগেগুৱাহাটী, ১১ আগষ্ট – ৰাজ্য...

মহাসংকটত দেশ! বিবিধ বিষয়েৰে জুৰুলা হৈছে ভাৰতীয় অৰ্থনীতি…

দেশৰ অৰ্থনীতিৰ বাবে বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অৱনমনে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷...

সৰ্বকালৰ নিম্নতম স্তৰত টকাৰ মূল্য! বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ অভিলেখ পতন… 

আশংকাক সত্য প্ৰমাণিত কৰি সপ্তাহটোৰ প্ৰথম দিনাই বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ পতনৰ অভিলেখ। সহজ ভাষাত ক’বলৈ গ’লে লক্ষ্যণীয়ভাৱে অৱনতি ঘটিছে টকাৰ মূল্যৰ৷ সোমবাৰে মাৰ্কিন...

২১ বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST!

পুনৰ ৰাইজৰ ওপৰত মাধমাৰ ১৮ জুলাইৰ পৰা ২১বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST কি কি সামগ্রীৰ ওপৰত লাগিব GST? দৈ, লাচি, বাটাৰ, মৌকে ধৰি দুগ্ধজাত সামগ্ৰীৰ ওপৰত...

ফ্লিপকাৰ্ট অফাৰ দি আছে আইফোন 13 মিনি

আইফোন 13 মিনি বেষ্ট ডিল: ফ্লিপকাৰ্টৰ পৰা আপুনি অতি কম মূল্যত আইফোন 13 মিনি ঘৰলৈ লৈ যাব পাৰে। এই চুক্তিত ৰেহাই বোৰ বাদ নিদিব...

Popular