Breaking

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন…

0 13

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ EDৰ চমন৷ দিল্লীৰ সুৰা নীতিক লৈ চমন অৰিবন্দ কেজৰিৱাললৈ৷

অৰবিন্দ কেজৰিৱাল শনিবাৰে দিল্লী সুৰা নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতত হাজিৰ হৈছিল। উল্লেখ্য যে, দিল্লীৰ সুৰা নীতিৰ গোচৰত ইতিমধ্যে জেলত আছে

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈতেন্দ্ৰ জৈন, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ ছিচোদিয়া। 

Leave A Reply