Breaking

গোগামুখ এম,ই, স্কুলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভোট দান…

0 11

লোকসভা নিবাচনৰ আজি প্ৰথম পৰ্যায়ত অনুস্থিত হৈছে ভোট গ্ৰহণ। পুৱাৰ ৭ বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰ সমুহত দেখা গৈছে ব্যাপক ব্যস্ততা ভোটাৰৰ দীঘলীয়া শাৰী ৷ ১২নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি বিধান সভা সমষ্টিৰ ৬৫ নং পশ্চিম গোগামুখ এম,ই, স্কুলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ভোট দান ।

ভোট দিলে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই। এই কেন্দ্ৰটোত মুঠ ৮১২, পুৰুষ ৩৮৬ মহিলা ৪২৬, গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷

Leave A Reply