Breaking

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ল’লে পুনৰ সিদ্ধান্ত

0 1,097

কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা।

▶অনুষ্ঠিত নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।

▶মাৰ্কচিট সন্দৰ্ভত পূৰ্বৰ সিদ্ধান্ত প্ৰত্যাহাৰ।

▶মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং দফা বাতিল কৰা হৈছে।

▶ষ্টেণ্ড নাথাকে কিন্তু ষ্টাৰ আৰু ডিষ্টিংচন থাকিব।

▶এই মাৰ্কচিত সকলোতে প্ৰযোজ্য হব।

▶মাৰ্কচিত সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰযোজ্য হ’ব।

▶শিক্ষকৰ চাকৰি ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে পৰীক্ষা হ’ব।

Leave A Reply