Breaking

Browsing Category

শিক্ষা

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মে’মৰীয়েল কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

লেংটিছিঙাৰ ৰাজীৱ গান্ধী মে'মৰীয়েল কলেজৰ IQAC & Research Cell ৰ উদ্যোগত আৰু জুবাইৰ মাছুদ শিক্ষা আৰু দাতব্য ট্ৰাষ্টৰ সহযোগত "অসমৰ নৈ-পৰীয়া অঞ্চলৰ সমস্যা আৰু সমাধান" শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজি মহাবিদ্যালয়খনত অনুষ্ঠিত
Read More...

দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ সাফল্য; উচ্চ শিক্ষাৰ বাবে সহায়ৰ আহ্বান

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী এই ছাত্ৰ জনৰ নাম প্ৰশান্ত বৰা।
Read More...

নেপালী এম.আই.এল.ত ৰাজ্যৰ ভিতৰতে ১০০ নম্বৰ সংগ্ৰহ কৰি উজ্জ্বলিল ঊৰ্মিলা পোড়েল

সোমবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহৰ ফলাফল সন্তোষজনক। জিলাখনৰ পৰা যদিও স্থান প্ৰাপ্তৰ তালিকাত এগৰাকীও ছাত্ৰ- ছাত্ৰী নাই তথাপিও নেপালী
Read More...

মাত্ৰ ৩ নম্বৰৰ বাবে স্থান লাভ নকৰিলে কলিয়াবৰৰ অৰ্হণা বৰকটকীয়ে

মাত্ৰ ৩ নম্বৰৰ বাবে স্থান লাভ নকৰিলে কলিয়াবৰৰ অৰ্হণা বৰকটকীয়ে৷ লগতে অৰ্হণা বৰকটকীয়ে মুঠ ৫৮২ নম্বৰ (৯৭%) লাভ কৰে। মাত্ৰ ০৩ নম্বৰৰ বাবে ছাত্ৰী গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। অৰ্হণা বৰকটকীয়ে
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ১০০ শতাংশ

সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ শিক্ষার্থী উত্তীর্ণ হাৰ ১০০ শতাংশ। বিদ্যালয়খনৰ দুগৰাকী কৃতী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।
Read More...

চতিয়া কেন্দ্ৰত এশ শতাংশ উত্তীৰ্ণৰে পুনৰ ফলাফলৰ শীৰ্ষত ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতিয়া কেন্দ্ৰৰ তিনিখন বিদ্যালয় ক্ৰমে ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ, উত্তৰ চতিয়া হাইস্কুল আৰু মেৰীগল্ড হাইস্কুলে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
Read More...

মৰিগাঁৱৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে

মৰিগাঁও জিলাৰ মিকিৰভেটাৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে। সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে।
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ দেওমৰনৈৰ কংগনা কলিতাৰ

সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী কংগনা কলিতাই ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনে।
Read More...

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত মাজুলীৰ ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক…

দেওবাৰে মাজুলীৰ মধ্য অংশৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ক সামৰি শিশুসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীৰ ২২৮নং ঝাৰণী
Read More...

দেৰগাঁৱৰ শংকৰদেৱ হাইস্কুলৰ ২০০৬ বৰ্ষৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা “গুৰু সেৱা আৰু সতীৰ্থ মিলন”…

শনিবাৰে দেৰগাঁৱৰ অন্যতম এক গ্ৰাম্য অঞ্চলৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় দাধৰা শংকৰ দেৱ হাইস্কুলত বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ২০০৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত "গুৰু সেৱা আৰু সতীৰ্থ মিলন" শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
Read More...