Breaking

Browsing Category

শিক্ষা

১০০ শতাংশ উত্তীৰ্ণৰে উজ্বলিল চিলাপথাৰৰ পদ্ম-সৰস্বতী বিদ্যা মন্দিৰ; সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ

ছাত্ৰ সমাজক নৈতিক, আধ্যাত্মিক আৰু মানদণ্ডসম্পন্ন বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰি আজিৰ প্ৰতিযোগিতামূলক পৰিবেশত নিজক সফল কৰি তোলাৰ লক্ষ্যৰে বিগত ২০২০ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা বিজ্ঞানৰ কণিষ্ঠ মহাবিদ্যালয় পদ্ম-সৰস্বতী বিদ্যা মন্দিৰে উচ্চতৰ
Read More...

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ যোৰহাটৰ নন্দিতা দাসৰ…

প্ৰেৰণাৰ উৎস ।আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰিছে যোৰহাটৰ নন্দিতাই । পিতৃয়ে ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰে আৰু মাতৃয়েও লোকৰ ঘৰত কাম কৰে।
Read More...

লখিমপুৰৰ পানীগাঁও চাৰিআলিত বাটৰ নাট “সেউজী ধৰণী”

পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাবৰ সৌজন্যত পৰিবেশৰ প্ৰতি ভাবুকি হৈ পৰা এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এখন বাটৰ নাট পৰিবেশ দিৱসৰ দিনা পৰিবেশন কৰা হয়। বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু
Read More...

এতিয়াৰে পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা, SEBA হ’ব ইতিহাস…

শিক্ষা ব্যৱস্থাক সুশৃংখল কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এই সিদ্ধান্তটো ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) অনুসৰণৰ অংশ হিচাপে আহিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে
Read More...

‘গধূলি আহিল তৰা জিলিকিল’- অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গোৱা…

অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৈতে গান গোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শ্বেয়াৰ কৰিছে। ভাইৰেল ভিডিঅ’টোত
Read More...

নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত অভিনন্দন সভা

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামখলা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ অতি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।
Read More...

ৰাজ্যজুৰি হ’ল দৰমহা; কিন্তু দৰমহা নাপালে ডিব্ৰুগড়ৰ টেট উত্তীৰ্ণ প্ৰথমিক শিক্ষক সকলে…

ৰাজ্যজুৰি হৈ গ'ল দৰমহা; কিন্তু এই মাহৰ দৰমহা নাপালে ডিব্ৰুগড়ৰ টেট উত্তীৰ্ণ প্ৰথমিক শিক্ষকসকলে। ইয়াকে লৈ শনিবাৰে ডিব্ৰুগড়ৰ সৰ্ব শিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
Read More...

হাজো বৰছলিত ৮১ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন…

আজি কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰছলি অঞ্চলৰ অৱস্থিত বৰছলি আঞ্চলিক জাতীয়বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। হাজোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বৰছলিৰ মিলপাৰাস্থিত বৰছলি আঞ্চলিক জাতীয়বিদ্যালয়ৰ পৰা
Read More...

বটদ্ৰবা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত বিৰোধী সজাগতা সভা

নগাঁও জিলাৰ বটদ্ৰবা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত বুধবাৰে বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে পুৱা ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰী সকলে স্কুলৰ প্ৰাংগনৰ পৰা এটা ধপাঁত বিৰোধী সজাগতা ৰেলি উলিয়াই।
Read More...

বি বৰুৱা কলেজত দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবার্ষিকী উদযাপন

সদাগৰ তথা দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবার্ষিকী মঙলবাৰে দিন জোৰা কাৰ্যসূচীৰে বি বৰুৱা মহাবিদ্যালয়ত উদযাপন কৰা হয়। কলেজ চৌহদত পুৱা বৃক্ষ ৰোপণ কাৰ্যসূচীৰে পাতনি মেলা মৃত্যু শতবার্ষিকী অনুষ্ঠানৰে ৰজিতা খুৱাই বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন
Read More...