Breaking

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু

0 79

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু ৷ এক সপ্তাহৰ ব্যৱধানতে মৃত্যু তিনিটাকৈ হাতী পোৱালীৰ৷

পূৰ্বৰ দুয়োটা হাতী পোৱালী পানী ভৰ্ত্তি কুঁৱাত পৰি মৃত্যু হোৱাৰ বিপৰীতে (আজি) মঙলবাৰে আন এটা হাতী পোৱালী চাহ বাগিছাৰ নলাত পৰি মৃত্যু হয়৷

এইবাৰৰ ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত নোনাইপাৰা চাহ বাগিছা৷

এক সপ্তাহৰ ব্যৱধানতে জিলাখনত তিনিটাকৈ হাতী পোৱালীৰ মৃত্যুক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল বিপৰীতে এতিয়াও গা লৰা নাই ৰাজ্যৰ বিয়াগোম বন বিভাগৰ৷

Leave A Reply