July 27, 2022 বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান… Share FacebookXWhatsAppTelegramKooEmail ‘নামঘৰীয়া’ আৰু সাহিত্য অকাডেমি বঁটাপ্ৰাপক গ্ৰন্থ ‘চেনেহ জৰীৰ গাঁঠি’কে ধৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বহুকেইখন গ্ৰন্থৰ প্ৰণেতা অতুলানন্দ গোস্বামীদেৱৰ মৃত্যু। মহান সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু দৈনন্দিন বাৰ্তা - October 18, 2026 চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ দৈনন্দিন বাৰ্তা - October 4, 2026