বিনোদন

বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰৰ সৈতে বিৱাহপাশত আবদ্ধ হ’বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু…

ডেনমাৰ্কৰ বেডমিণ্টন খেলুৱৈ মাথিয়াছ বোৰ সৈতে মাৰ্চ মাহত বিৱাহপাশত আবদ্ধ হ'বলৈ সাজু অভিনেত্ৰী তাপসী পান্নু। উদয়পুৰত অনুষ্ঠিত হ'ব বিৱাহৰ সকলো অনুষ্ঠান। দীৰ্ঘদিনীয়া প্ৰেমিক বেডমিণ্টন খেলুৱৈ...

বিবাহৰ ৬ বছৰৰ পিছত মাতৃ হ’ব দীপিকা পাডুকন, ছেপ্টেম্বৰত পিতৃ হ’ব ৰণবীৰ সিং…

ৰণবীৰ সিঙৰ সৈতে ৬ বছৰৰ বিবাহৰ অন্তত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক ভাল খবৰ দিছে অভিনেত্ৰীগৰাকীয়ে। বলীউডৰ অন্যতম প্ৰিয় দম্পতী...

অভিনেত্ৰী জয়া প্ৰদাক ‘পলাতক’ ঘোষণা! গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে উত্তৰ প্ৰদেশৰ আদালতৰ…

অভিনেত্ৰী জয়া প্ৰদাক 'পলাতক'! উত্তৰ প্ৰদেশৰ এখন আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে, তেওঁক পলাতক বুলিও ঘোষণা কৰা...

আৰম্ভ হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান, অন্ন সেৱাৰে আৰম্ভ কৰিলে অনুষ্ঠান; ৫১ হাজাৰ স্থানীয় বাসিন্দাক যোগান ধৰিব খাদ্য…

আজিৰে পৰা আৰম্ভ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান। সদায়ৰ দৰেই আম্বানী পৰিয়ালে এটা সেৱা আৰম্ভ কৰিছে বিবাহৰ পূৰ্বে। জামনগৰ বিমানবন্দৰৰ পৰা সভাস্থলীলৈকে...

প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ গৰ্ভৱতী, মাৰ্চত পৰিয়াললৈ আহিব নতুন আলহী…

প্ৰয়াত কণ্ঠশিল্পী শুভদীপ সিং সিদ্ধু ওৰফে সিধু মূছেৱালাৰ হত্যাকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছিল। এতিয়া দুবছৰৰ পাছত কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালক লৈ এটা ডাঙৰ দাবী উত্থাপন হৈছে।...

Popular