Breaking

Browsing Category

বিনোদন

মধ্যপুৰৰ বাগেশ্বৰ ধামত উপস্থিত অভিনেতা সঞ্জয় দত্ত, পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ আশীৰ্বাদ…

সঞ্জু বাবা নামেৰে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰা চলচ্চিত্ৰ তাৰকা সঞ্জয় দত্ত এনে এজন ব্যক্তি, যাক চিনেমা চোৱা আৰু চলচ্চিত্ৰৰ জ্ঞান থকা প্ৰতিজন ব্যক্তিয়ে কম বেছি পৰিমাণে হ’লেও চিনি পায়৷ যাক মানুহে এবাৰ ওচৰৰ পৰা চাবলৈ আগ্ৰহী হৈ থাকে৷
Read More...

গাঁৱত টুথপেষ্ট বিক্ৰীৰ পৰা কোটি টকাৰ মালিক! আম্বানীৰ পৰিয়ালৰ ধুনীয়া ধুনীয়া ফটোৰ আঁৰৰ ব্যক্তি জন…

জোচেফে, এজন ফটোগ্ৰাফাৰ! বহু ষ্টাৰৰ বিবাহ অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে শ্বুটিং কৰিছে জোচেফে। চিনেমাট’গ্ৰাফাৰ হিচাপে তেওঁ বলীউডৰ তাৰকাসকলৰ প্ৰিয় তালিকাৰ শীৰ্ষত আছে। আহাতে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু
Read More...

জাহিৰ ইকবালৰ সৈতে সোনাক্ষীৰ বিয়া! বিয়াৰ অডিঅ’ নিমন্ত্ৰণী পত্ৰ ভাইৰেল, বিয়াত কোন কোন তাৰকা উপস্থিত…

সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহৰ খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত ফাদিল হৈছে দম্পতীহালৰ বিশেষ দিনটোৰ অডিঅ’ নিমন্ত্ৰণী পত্ৰ। ২৩ জুনত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। ‘হিৰমণ্ডি’ৰ পিছত সোনাক্ষী সিনহা এতিয়া ব্যক্তিগত জীৱনৰ শিৰোনামৰ
Read More...

প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত এইদৰে দেখা গ’ল মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক…

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৯০০০ অতিথিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ কিছু ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে সংখ্যাগৰিষ্ঠতা
Read More...

তেজপুৰত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱস

ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় শিল্পী ,গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোৰ বিয়লি পুৰোধা শিল্পী গৰাকীৰ তেজপুৰৰ স্মৃতি বিজড়িত ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত শিল্পী গৰাকীৰ সৃষ্টি ৰাজিৰ বিশ্লেষণ ,জীৱনাদৰ্শৰ আলোকপাত আৰু
Read More...

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান ২ ছুপাৰ মডেলৰ…

বিশ্ব দৰবাৰত পুনৰ উজলিল সংযুক্তা দত্ত। কান চলচ্চিত্ৰ মহোৎসৱত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা পোছাকৰ সমাদৰ।
Read More...

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ অনুসূয়া সেনগুপ্তাৰ…

অভিনন্দন জনাওক অনুসূয়া সেনগুপ্তা। কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে অনুসূয়া সেনগুপ্তাই।
Read More...

এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ চিত্ৰগৃহত উপস্থিত প্ৰস্তুতিৰ ‘প্ৰতিশ্ৰুতি’…

মুক্তি পালে প্ৰস্তুতি পৰাশৰৰ নতুন ছবি 'প্ৰতিশ্ৰুতি'। এখন ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ অসমৰ প্ৰতিটো চিত্ৰগৃহত উপস্থিত হৈছে "প্ৰতিশ্ৰুতি"।
Read More...

ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিবাহপূৰ্ব…

মুম্বাইৰ পিছত এইবাৰ ইটালীত কঠোৰ নিৰাপত্তাৰ মাজত আম্বানী পুত্ৰ অনন্ত আম্বানীৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠান। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহপূৰ্ব অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈছিল মুম্বাইত। সেই অনুষ্ঠানে সমগ্ৰ
Read More...