বিনোদন

Celebrity Divorce 2024: ২০২৪ বৰ্ষত হাৰ্দিক পাণ্ডিয়া-নাটাছা ষ্টেনকভিচকে ধৰি ৫ চেলিব্ৰিটিৰ বিবাহ বিচ্ছেদ!

বিবাহ বিচ্ছেদেৰে ২০২৪ চনটো বহুতো মিঠা আৰু তিক্ত স্মৃতিৰে ভৰি পৰিছিল। এইবাৰ বহু তাৰকাই বিয়া পাতিছিল, আনহাতে বহু তাৰকাই নিজৰ সংগীৰ সৈতে থকা বন্ধন চিৰদিনৰ বাবে ভাঙি বিবাহ বিচ্ছেদ কৰিছিল।(Celebrity Divorce 2024)

Arbaaz Khan Malaika Arora: দুপৰীয়াৰ আহাৰ খাবলৈ মালাইকাৰ ৰেষ্টুৰেণ্টত উপস্থিত প্ৰাক্তন স্বামী আৰবাজ খান!

শেহতীয়াকৈ মালাইকা অৰোৰাই মুম্বাইত মুকলি কৰিছে তেওঁৰ নতুন ৰেষ্টুৰেণ্ট। য’ত উপস্থিত হৈছিল পৰিয়ালৰ সৈতে প্ৰাক্তন স্বামী আৰবাজ খান, যাৰ বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Arbaaz Khan Malaika Arora)

Devoleena Bhattacharjee: পুত্ৰ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচার্য

টিভিৰ 'গোপী বহু' মাতৃ হ'ল, ঘৰলৈ আহিল সৰু কণমানি; দেৱলীনা-শ্বাহনাৱাজে তেওঁলোকৰ পুত্ৰ সন্তনক আদৰণি জনায়।(Devoleena Bhattacharjee)

Allu Arjun: কিয় মৃত মহিলাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰা নাই অভিনেতা আল্লু অৰ্জুনে?

আল্লু অৰ্জুন এতিয়ালৈকে সেই মৃত মহিলাগৰাকীৰ ৮ বছৰীয়া আহত শিশুটিক লগ কৰিবলৈ যোৱা নাই কিয়? সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ক'লে 'মই চিন্তিত'।(Allu Arjun)

Saif Ali Khan: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ছেইফ আলী খানৰ প্ৰশ্ন, ‘আপুনি কিমান সময় জিৰণি লয়?’

কিছুদিন পূৰ্বে কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। তেতিয়া ছেইফ আলী খানে প্ৰধানমন্ত্ৰী মোডীক সুধিছিল যে তেওঁ দিনটোত কিমান সময় জিৰণি লয়?(Saif Ali Khan)

Popular