বিনোদন

Bhupen Hazarika Death Anniversary: হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত

৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে তেওঁৰ মৃত্যু তিথিত এইদৰে স্মৰণ কৰিলে।(Bhupen Hazarika Death Anniversary)

Shah Rukh Khan: ধূমপান ত্যাগ কৰিলে শ্বাহৰুখ খানে, জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে

ধূমপান ত্যাগ কৰিছে শ্বাহৰুখ খানে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে। (Shah Rukh Khan)

Deepika Padukone Daughter Photo:দোৱা পাডুকন সিঙৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে দীপিকা-ৰণবীৰে

দীপাৱলী উপলক্ষে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে কন্যাৰ প্ৰথমখন ছবি শ্বেয়াৰ কৰিলে। কন্যাৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে দম্পতীহালে কন্যাৰ নামো প্ৰকাশ কৰিলে।(Deepika Padukone Daughter Photo)

Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে।

Flawless Skin and Silky Hair: অনুষ্কাৰ সৌন্দৰ্য্যৰ ৰহস্য ফাদিল! আপুনিও অনুষ্কা শৰ্মাৰ দৰে ছাল, চুলিৰগৰাকী হ’ব বিচাৰে নেকি

যদি আমি আমাৰ শৰীৰ অনুযায়ী খাদ্য গ্ৰহণ কৰো তেন্তে ই আমাৰ শৰীৰক সক্ৰিয় আৰু ফিট কৰি ৰখাত সহায় কৰে। এনে পৰিস্থিতিত খাদ্যত প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ, ওমেগা-৩ ফেটি এচিড আদি পুষ্টিকৰ উপাদান সঠিক পৰিমাণে থাকিব লাগে।(Flawless Skin and Silky Hair)

Popular