বিনোদন

Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

মঞ্চখনেই মন্দিৰ, অৰিজিতে ক'লে দৰ্শকক! আনহাতে দৰ্শকৰ অৰিজিতলৈ প্ৰশ্ন, আপুনি কিয় ভৰিত জোতা পিন্ধিছে।(Arijit Singh)

Priyanka Chopra:পতিৰ জন্মদিনত কি উপহাৰ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? উপহাৰ দেখিলে হ’ব আচৰিত

নিক জোনাছৰ জন্মদিনত প্ৰিয়ংকা চোপ্ৰাই দিলে বহুত মৰম। কন্যা মালতীৰ সৈতে স্বামীৰ কনচাৰ্টত অংশ লৈ ক'লে- 'তুমি আমাৰ..'(priyanka chopra birthday gift to husband nick jonas)

Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

SEO Meta Description: ৪০০ বছৰীয়া এটা পুৰণি মন্দিৰত বিবাহ সম্পন্ন হ'ল জনপ্ৰিয় অভিনেত্ৰী অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ(Aditi Rao-Siddharth Wedding) । এই নৱ দম্পত্তিৰ বিবাহৰ ছবিসমূহ চোৱাৰ লগতে পঢ়ক কেইটিমান বিশেষ তথ্য।

Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

প্ৰথমবাৰৰ বাবে কন্যাক কোলাত লৈ থকা দেখা গ'ল দীপিকা পাডুকনক। সন্তানক লৈ ৰণবীৰ-দীপিকা উভতিল ঘৰলৈ।(Deepika padukone holds her daughter first photo viral)

Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই…

ঐশ্বৰ্য-অনুষ্কাক অনুসৰণ কৰিব দীপিকা পাডুকনে! নিজৰ কন্যা সন্তানৰ বাবে নেনী নিয়োগ নকৰে; নিজেই নিজৰ সন্তানৰ যত্ন ল’ব দীপিকাই।(Deepika Padukone To Not Have Nanny For Her Daughter)

Popular