Breaking

চাপৰত উচ্ছেদ অভিযান৷

0 2,029

চাপৰ চাহ বাগিছাৰ মালিকে দখল কৰা মাটি উচ্ছেদ চাহ গছ ৰুই দখল কৰিছিল চৰকাৰী ভুমি, জেচিবিৰে চা গছ উভালি কৰিলে বেদখল মুক্ত
 চাপৰ চাহ বাগিছাৰ মালিকে অবৈধ ভাবে বহুদিনৰে পৰা দখল কৰি আছিল এই চৰকাৰী মাটি মুঠ ১৩ বিঘা ১ কঠা ৫ লেচা মাটি বেদখল কৰি আছিল৷ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ চাহ বাগিছা অঞ্চলত বাগিছাৰ মালিকে বহু বিঘা চৰকাৰী ভূমি বেদখল কৰি চলাই গৈছে ৰমৰমীয়া বেহা।অবশেষত চাপৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে বেদখল মুক্ত কৰিলে উক্ত চৰকাৰী ভুমি৷

Leave A Reply