Breaking

গুণোৎসৱ উপলক্ষে ব্যতিক্ৰমী দৃশ্য দেখা গ’ল বঙাইগাঁৱৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

0 1,042

ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে বিদ্যালয়ত বৃক্ষৰোপন কৰি ছাত্ৰ ছাত্ৰী দেখালে ব্যতিক্ৰমী দৃশ্য।প্ৰথমে বিদ্যালয়ত প্ৰাৰ্থনা, ৰাষ্ট্ৰীয় সংগীত শপতবাক্য, মহৎলোকৰ বানী, কুইজ, যোগাবাস, বৃক্ষৰোপন কৰে।

বিদ্যালয়ত শিক্ষকসকলে ষষ্ঠ শ্ৰেনীৰ পৰা নৱম শ্ৰেণীৰ মাজত গুনসৱ অনুষ্ঠিত হয়।গুনসৱক লৈ কোকিলা অঞ্চলৰ বিভিন্ন বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে।

Leave A Reply