Breaking

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী ফখৰুদ্দিন আহমেদ…

0 11

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ।

১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ। ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু পৰিয়ালৰ।আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Leave A Reply