Breaking

বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে গুৱাহাটী ক্লাবত অনুৰাগীৰ সহায়ৰ আহ্বান…

0 62

জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মা চিকিৎসাধীন৷ বহু অৰ্থৰ প্ৰয়োজন৷

সেইবাবে আজি গুৱাহাটী ক্লাবত অনুৰাগীয়ে অলপ সহায়ৰ আহ্বান জনাইছে সকলোকে৷ ভাল হওক সোনকালে বাঁহীবাদক দীপক শৰ্মা।

Leave A Reply