Breaking

নোৰা ফাতেহীৰ  কেইখনমান ফটোক লৈ অনুৰাগীক মাজত চৰ্চা

0 67

বিনোদন : নোৰা ফাতেহীৰ  শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টে অনুৰাগীক মাজত ব্যাপক চৰ্চা লাভ কৰিছে ।

ফেশ্বনৰ ক্ষেত্ৰত নোৰাই অনুৰাগীক কেতিয়াও নিৰাশ নকৰে ।

ইয়াৰ পূৰ্বে নোৰাক এটা ক’লা ৰঙৰ ষ্ট্ৰেপলেছ ড্ৰেছট দেখা গৈছিল ।

ফটোৰ বাবে এক বিশেষ ভংগীমাত নোৰা ।

উজ্জ্বল কমলা ৰঙৰ এটা বডিকন ড্ৰেছ পৰিধান কৰিছে নোৰাই ।

লগত পিন্ধিছে এযোৰ ৰঙা ৰঙৰ হীলছ্

Leave A Reply