June 23, 2023 নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ… Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰা হৈছে ফেৰী সেৱা। নিমাতীৰ পৰা মাজুলী সংযোগী ফেৰী সমূহৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃদ্ধ দম্পতীৰ ডেৰ লাখ টকাৰ সাহায্য, বানাক্ৰান্তৰ বাবে আৰু সহায়ৰ আহ্বান দৈনন্দিন বাৰ্তা - August 14, 2026 বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো দৈনন্দিন বাৰ্তা - August 13, 2026