October 12, 2020 মাজুলীত ফেৰীৰ দুৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail মাজুলী : মাজুলীৰ অফলা-নিমাতী ফেৰীত দু্ৰ্ঘটনা। ফেৰীৰ পৰা নৈত পৰিল যাত্ৰী। অফলামুখ ঘাটৰ পৰা নিমাতীলৈ ফেৰীখনে লৈ গৈছিল অত্যাধিক যাত্ৰী। পুৱা ৮ বজাত এই দু্ৰ্ঘটনা সংঘটিত হয় । সবিশেষ ক্ষয় ক্ষতিৰ তথ্য বৰ্তমানেও লাভ কৰিবলৈ সক্ষম হোৱা নাই। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026