টেঙাখাতৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ সমূহত গুণোৎসৱ পালন

সমগ্ৰ ৰাজ্য লগতে ডিব্ৰুগড়ৰ জিলা টেঙাখাতৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ সমূহত গুণোৎসৱ পালন কৰা পৰিলক্ষিত হয়।

ইয়াৰ সমান্তৰাল ভাৱে টেঙাখাত শিক্ষা খণ্ডৰ অন্তগত শেনচোৱা মজলীয়া বিদ্যালয় আৰু শেনচোৱা প্ৰাথমিক বিদ্যালয়ত সহঃ অভিযন্তা লক্ষিনাথ বুড়াগোহাঁই নেতৃত্বত গুণোৎসৱৰ সময়ত বিদ্যালয়ৰ কেইখনত ৰোমত গৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মত বিনিময় কৰা পৰিলক্ষিত হয় ৷

Related Articles