ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন স্পেইনঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে

ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন স্পেইন।

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ স্বপ্নভংগ মেছিৰ।

ফাইনেলত স্পেইনৰ হাতত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা।

আর্জেন্টিনাক পৰাস্ত কৰি সুদীৰ্ঘ ১৬ বছৰৰ পিছত বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে।

ৰুদ্ধশ্বাস ফাইনেলত স্পেইনে ১-০ গ’লত পৰাস্ত কৰে মেছি বাহিনীক।

খেলৰ ১০৬ মিনিটত স্পেইনৰ হৈ ঐতিহাসিক গ’ল প্রদান কৰে ফোৰেণ টৰেছে।

১৬ বছৰত দ্বিতীয়বাৰলৈ বিশ্বকাপ জিনিলে স্পেইনে।

Related Articles