Breaking

বিহালীত ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত প্ৰথম বাৰ্ষিক বেডমিন্টন প্ৰতিযোগিতা সম্পন্ন

0 79

বিহালী সমষ্টিৰ বৰগাংৰ ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত প্ৰয়াত আলম খান আৰু প্ৰয়াত বিশাখা চৌধুৰী, দিপক নাহেকীয়া সোঁৱৰণী প্ৰথম বাৰ্ষিক বেডমিন্টন প্ৰতিযোগিতাখনিৰ সামৰণি পৰে।৩ দিনীয়াকৈ বিহালীৰ বৰগাংৰ নিউ কেটলা খেলপথাৰত অনুষ্ঠিত হোৱা খেল খনত বিহালী সমষ্টি ভিত্তিত আয়োজন কৰা হয়। এই খেল খনত সমষ্টিৰটো বিভিন্ন স্থান পৰা প্ৰতিযোগীতাখনিত প্ৰায় অৰ্দ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।


ইফালে এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰা বিহালী সমষ্টিৰ কেটেলা চিকিৎসালয় চিকিৎসক ডাঃ চিমান্ত দলে আৰু জিন্তূ দাসৰ বিশেষ প্ৰদৰ্শনৰে দৰ্শক আকৰ্ষিত কৰি তোলে‌। খেল পৰিচালন কৰে জ্যেষ্ঠ খেলুৱৈ ধীৰাজ দাস, অতুট শইকীয়াই ।

Leave A Reply