Breaking

চাপৰৰ ক’লবাৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা…

0 100

চাপৰ’ৰ ক’লবাৰীত বন বিভাগৰ অভিযান। অভিযানত জব্দ এটা কাঠফলা মিল জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ,কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা।বঙাইগাঁও আই ভেলী ডিভিচনৰ অন্তৰ্গত তথা বহলপুৰ বন বিষয়াৰ কাৰ্যালয় অধীনস্থ চাপৰৰ ফলিমাৰীৰ কলোবাৰীত বন বিভাগৰ এটা দলৰ অভিযান।

এই অভিযানত এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে উদ্ধাৰ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা। উদ্ধাৰ হোৱা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে।

ইপিনে বন বিভাগৰ এই অভিযানৰ উমান পাই চোৰাং ব্যৱসায়ীসকল পলাই যাবলৈ সক্ষম হয়।

Leave A Reply