May 19, 2024 অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail অসম পুলিচৰ এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ মৰিগাঁও জিলাৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ আজি নিশা ১ বজাত তেওঁৰ চিকাবৰীৰ নিজা বাসভৱনত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷ Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই দৈনন্দিন বাৰ্তা - April 28, 2026 মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ ৰহস্যঃ কেনেকৈ পলাল চালক ছামিম আহমেদ! দৈনন্দিন বাৰ্তা - April 27, 2026