Breaking

এতিয়াৰে পৰা অধিক মাছুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ে

0 949

ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাছুল। এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাছুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা।


একেদৰে ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয় সমূহৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে মাছুল। বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ।  অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।

Leave A Reply