Breaking

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ! বিদেশী ঘোষিত কোনো লোকৰে নাথাকিব ভূমিৰ অধিকাৰ…

0 35

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বিদেশী ঘোষিত কোনো লোকৰে নাথাকিব ভূমিৰ অধিকাৰ।

নাপাব ভোটাধিকাৰকে ধৰি অন্যান্য ৰাজনৈতিক অধিকাৰ। হিতাধিকাৰী আঁচনিৰ পৰাও কৰ্তন হ’ব অবৈধ বাংলাদেশীৰ নাম।

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে নিয়োগ কৰিব এগৰাকী নডেল বিষয়া। অবৈধ বাংলাদেশীয়ে জমা দিব লাগিব ভূমিৰ নথি-পত্ৰ, ভোটাৰ পৰিচয় পত্ৰ।

Leave A Reply