Breaking

লাহদৈগড়ৰ আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ বৃহৎ সাফল্য

0 1,226

সমগ্ৰ ৰাজ্যতে অসম অৰক্ষীৰ অভিযান সমূহ সফল হৈছে।লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সজ্ঞয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি পুৱা ভাগত চটাই,চেনিজান ,তিনিকুৰীয়া আদি অঞ্চল সমূহত অভিযান চলাই প্ৰায় ৩,০০০(তিনি হাজাৰ)লিটাৰ দেশী বিদেশী সুৰা জব্দ কৰাৰ লগতে AS05C-1169নম্বৰৰ এখন ট্ৰাকত চুলাই মদ উঠাই থকাৰ সময়তে উক্ত ট্ৰাক খন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা অবৈধ সুৰা সমূহ আৱকাৰী বিভাগক চমজাই দিয়াৰ লগতে আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰিৱ বুলি জানিবলৈ দিছে।

Leave A Reply