Breaking

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা…

0 34

শুকুৰবাৰে নগাওঁ জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অপদস্থৰ সন্মুখীন হয় NB newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক কেৱল প্ৰশ্ন কৰাৰ বাবেই অপদস্থ সাংবাদিক গৰাকীক ।

লগতে সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰাৰ অভিযোগ । কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে ।

Leave A Reply