কা’ আন্দোলনৰ সময়ৰ দুটা গোচৰ সংক্ৰান্তত CJM COURT ত হাজিৰ হয় বিধায়ক গৰাকীসহ আন তিনিগৰাকী আন্দোলনকাৰী।শিৱসাগৰ সদৰ থানা আৰু গৌৰিসাগৰ থানাত ৰুজু হৈ থকা গোচৰৰ শুনানি আছিল মূখ্য ন্যায়িক দণ্ডাধীশ আদালতত।
লক্ষ্যণীয় যে ৰাষ্ট্ৰদ্ৰোহ আৰু ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ” কা ” আন্দোলনৰ সময়ত তৰিছিল গোচৰ।
অখিল গগৈৰ লগতে অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্ত মেছ, ছাত্ৰ মুক্তিৰ লক্ষ্যজ্যোতি গগৈ আৰু মানস কোঁৱৰো উক্ত গোচৰৰ সংক্ৰান্তত আদালতত হাজিৰ হয়।

